New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/accident-3.jpg)
- ৰূপহীহাটৰ শালপাৰাত পথ দুৰ্ঘটনা।
- নিয়ন্ত্রণ হেৰুৱাই মটৰ চাইকেলৰ খুন্দা চাইকেল আৰোহীক।
- দুৰ্ঘটনাত আহত তিনিজনকৈ লোক।
- মঙলবাৰে সংঘটিত হয় এই ঘটনা।
- আহত কেইজনক শিঙিমাৰী প্রাথমিক স্বাস্থ্য কেন্দ্রত ভৰ্তি।
- সংকটজনক অৱস্থাত এজনক নগাঁও চিকিৎসালয়ত ভৰ্তি