উদণ্ড বাইক চালকে প্ৰাণ ল'লে এজন বৃদ্ধ পথচাৰীৰ

ROAD ACCIDENT
ROAD ACCIDENT
  • ৰূপহীহাটত উদণ্ড বাইক চালকে প্ৰাণ ল'লে এজন বৃদ্ধ পথচাৰীৰ।

  • মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত হয় লেতুৰীপাৰৰ ছামছুদ্দিন।

  • দেওবাৰে সংঘটিত এই ঘটনা।

  • নম্বৰ প্লেটবিহীন দ্ৰুতবেগী মটৰ চাইকেল আৰোহিয়ে খুন্দিয়াই বৃদ্ধগৰাকীক।

  • দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল আৰোহী যুৱক দুজন ৰূপহীৰ মকিবুৰ ইছলাম আৰু ঈশ্ৰাফিল  আলী।

  • দুই মটৰ চাইকেল আৰোহীও ঘটনাত আহত হয়।

  • দুয়োকে চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in