/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
-
ৰূপহীহাটত উদণ্ড বাইক চালকে প্ৰাণ ল'লে এজন বৃদ্ধ পথচাৰীৰ।
-
মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত হয় লেতুৰীপাৰৰ ছামছুদ্দিন।
-
দেওবাৰে সংঘটিত এই ঘটনা।
-
নম্বৰ প্লেটবিহীন দ্ৰুতবেগী মটৰ চাইকেল আৰোহিয়ে খুন্দিয়াই বৃদ্ধগৰাকীক।
-
দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল আৰোহী যুৱক দুজন ৰূপহীৰ মকিবুৰ ইছলাম আৰু ঈশ্ৰাফিল আলী।
-
দুই মটৰ চাইকেল আৰোহীও ঘটনাত আহত হয়।
-
দুয়োকে চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে।