New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- ৰূপহীহাটৰ দক্ষিণ খাটোৱালত চোৰাং গৰু ভৰ্তি বাহন জব্দ।
- ৰূপহীহাট আৰু জুৰীয়া আৰক্ষীৰ যৌথ অভিযানত জব্দ ২২টাকৈ গৰু।
- লগতে তিনিজন সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে।
- বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে জব্দ বাহনখন।
- ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।