পুৱা ১০ বজাত অসম পাবহি ৰূপা গাংগুলী, নগাঁৱৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ চলাব প্ৰচাৰ

পুৱা ১০ বজাত অসম পাবহি ৰূপা গাংগুলী, নগাঁৱৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ চলাব প্ৰচাৰ

author-image
asomiyapratidin
New Update
পুৱা ১০ বজাত অসম পাবহি ৰূপা গাংগুলী, নগাঁৱৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ চলাব প্ৰচাৰ

ফাইল ফটো

  • শনিবাৰে অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব ৰাজ্যসভাৰ সাংসদ ৰূপা গাংগুলী।
  • পুৱা ১০ বজাত খানাপাৰাৰ হেলিপেডত আহি উপস্থিত হ'ব নেত্ৰী গৰাকী।
  • লামডিঙত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী সভাত অংশ ল'ব ৰূপা গাংগুলীয়ে।
  • নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ চলাব প্ৰচাৰ।