New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/rupa-ganguli-Untitled-1-copy.jpg)
- হাইলাকান্দিত উপস্থিত পশ্চিম বংগৰ বিজেপি নেত্ৰী ৰূপা গাংগুলী।
- লামডিঙৰ পিছত হাইলাকান্দিত উপস্থিত বিজেপি নেত্ৰীগৰাকী।
- কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ ৰূপা গাংগুলীৰ।
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেও উপস্থিত থাকে সভাত।
- হাইলাকান্দি জিলাৰ টেমপুৰ গাঁৱত নিৰ্বাচনী প্ৰচাৰ সভা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us