New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b7916519-023c-495c-a87a-05bfe1380029/bjpp.jpg)
bjp
আকৌ যোৰহাট বিজেপিত পদত্যাগ।
এইবাৰ পদত্যাগ কৰিলে তিতাবৰ পৌৰসভাৰ পৌৰপতিয়ে।
পৌৰপতি ৰূপা দত্ত শইকীয়াই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে যোৰহাট জিলা বিজেপিৰ সভাপতিলৈ।
পদত্যাগ পত্ৰত পদত্যাগৰ কোনো কাৰণ উল্লেখ কৰা নাই।