নিৰ্বাচনৰ সময়তে কংগ্ৰেছৰ হাতত ধৰিলে আৰএছএছ-বামপন্থী সংগঠনৰ শতাধিক সদস্যই

নিৰ্বাচনৰ সময়তে কংগ্ৰেছৰ হাতত ধৰিলে আৰএছএছ-বামপন্থী সংগঠনৰ শতাধিক সদস্যই

author-image
asomiyapratidin
New Update
বৰপেটাত কংগ্ৰেছে গঠন কৰিলে জিলা পৰিষদ…

প্ৰতীকি ফটো

  • নিৰ্বাচনৰ মাজতে বামপন্থী দলৰ শতাধিক সদস্যৰ কংগ্ৰেছত যোগদান।
  • গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত কংগ্ৰেছ যোগদান কৰে সদস্য কেইজনে।
  • ইফালে অনুষ্ঠানতে কংগ্ৰেছলৈ আহে আৰএছএছৰ কেইবাজনো সদস্যও।
  • সদস্যসকলৰ যোগদান অনুষ্ঠানত উপস্থিত জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিষ ৰাৱট।
  • তদুপৰি ভূমিধৰ বৰ্মণ, ৰিপুণ বৰাৰ লগতে কেইবাজনো কংগ্ৰেছী নেতাৰ উপস্থিত থাকে অনুষ্ঠানত।