New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/fe82d539-5453-4c37-9dde-a4533374013d/download.jpg)
বহিঃৰাজ্যৰ যুৱতীক চলন্ত ৰে’লত নিৰ্যাতন।
RPFৰ এজন জোৱানে নিৰ্যাতন চলাই যুৱতী গৰাকীক।
লামডিঙৰ পৰা গুৱাহাটী অভিমুখী অবধ অসম এক্সপ্রেছত এই ঘটনা।
চাকৰিৰ বাবে পৰীক্ষা দিবলৈ ডিফুলৈ আহিছিল যুৱতীগৰাকী।
যুৱতীগৰাকীক আসন দেখুৱাই দিয়াৰ চলেৰে নিৰ্যাতন।
GRP-এ গ্রেপ্তাৰ কৰে অভিযুক্ত জোৱান ওম প্রসাদ মীনাক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us