ৰহাত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এজনে…

ৰহাত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এজনে…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ,বেবেজিয়া: নগাঁও জিলাৰ ৰহাৰ থানা ৰ অন্তৰ্গত দীঘলীআটিত বৃহস্পতিবাৰে নিশা প্ৰায় ন মান বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

Advertisment

এখন টাটা ম'বাইল ট্ৰাকে পথৰ ওপৰত সংঘটিত কৰে এই দুৰ্ঘটনা ৷ টাটা ম'বাইল ট্ৰাক এখনে মহটিয়ালে এজন লোকক ৷

দুৰ্ঘটনাস্থলীতে নিহত হয় এজন ব্যক্তিৰ । চাইকেলেৰে পথ অতিক্ৰম কৰিব লওতেই সংঘটিত হয় দুৰ্ঘটনাটো। নিহত ব্যক্তিজনক বাতৰি লিখা সময়লৈকে চিনাক্ত কৰিব পৰা হোবা নাই বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক: চাৰ্ভিছ পিষ্টলেৰে নিজৰ মূৰত গুলিয়াই আত্মহত্যা…

assam nagaon road accident