অসম মুখ্য-পৃষ্ঠা ৰহাত অঘটন, বাঢ়নী পানীত উটি গ’ল ৩ কিশোৰ… ৰহাত অঘটন, বাঢ়নী পানীত উটি গ’ল ৩ কিশোৰ… asomiyapratidin 26 Jun 2022 17:21 IST Follow UsNew Updateৰহাৰ বাৰপূজীয়া বোকাবিলত অঘটন।বাঢ়নী পানীত উটি গ'ল তিনিটি কিশোৰ।সৌভাগ্যক্রমে প্রাণ ৰক্ষা দুটি কিশোৰৰ।সন্ধানহীন ভূপেন বৰদলৈ নামৰ এটি কিশোৰ। flood missing rohaআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক