বাইহাটা চাৰিআলিত গাড়ীৰ গ্লাছ ভাঙি লুটিলে ২ লাখ...

বাইহাটা চাৰিআলিত গাড়ীৰ গ্লাছ ভাঙি লুটিলে ২ লাখ...

author-image
Asomiya Pratidin
New Update
বাইহাটা চাৰিআলিত গাড়ীৰ গ্লাছ ভাঙি লুটিলে ২ লাখ...

বাইহাটা চাৰিআলিত গাড়ীৰ গ্লাছ ভাঙি লুটিলে ২ লাখ...

ডিজিটেল সংবাদ দুমুনিচকী: বাইহাটা চাৰিআলিত আজি দিন দুপৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চাৰিচকীয়া বিলাসী বাহনৰ খিৰিকীৰ গ্লাছ ভাঙি নগদ দুই লাখ টকা লৈ উধাও হ'ল দুৰ্বৃত্ত।

Advertisment

আজি দিনৰ প্ৰায় ১ বজাত সংঘটিত হোৱা উক্ত ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হ'ল চি চি টিভি কেমেৰাত। ঘটনাস্থলীত বাইহাটা চাৰিআলি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। অৱশ্যে এতিয়ালৈকে এই ঘটনাৰে জৰিত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

Also Read: ১৩ ডিচেম্বৰত মিৰ্জাত সদৌ অসম ডায়েট ফুটবল টুৰ্নামেণ্ট

বাইহাটা চাৰিআলি ডকাইতি