/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/fa226056-d1d4-4f76-b903-b39f395da474/paribahan.jpg)
ৰঙিয়াত কামৰূপ জিলা পৰিবহণ বিষয়াৰ পথ সুৰক্ষা সজাগতা সভা...
ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াত আজি কামৰূপ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ উদ্যোগত পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয়। ৰঙিয়াৰ টাটা মটৰছৰ চৌহদত অনুষ্ঠিত হোৱা সভাখনত পথ সুৰক্ষাৰ বিষয়ে আলোচনা কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/91fd0f91-6552-4710-9992-a8a7fbf3a55f/8e453dd3_6692_431c_acd8_537cd080d08b.jpg)
বিশেষকৈ গাড়ী চলাওঁতে মানিবলগীয়া নিয়মসমূহৰ বিষয়ে সভাখনত বিসদভাবে আলোচনা কৰা হয় । উক্ত সভাত কামৰূপ জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাকে ধৰি আন কেইবাগৰাকী বিভাগীয় বিষয়া উপস্থিত থাকে ।
Also Read: ফ্লেট দিয়াৰ নামত প্ৰৱঞ্চনাঃ তিনি ব্যৱসায়ীৰ বাসগৃহৰ সৈতে ২২ স্থানত ইডিৰ অভিযান...