ছিপাঝাৰত ৰাজপথ অৱৰোধ ৰাইজৰ

author-image
Asomiya Pratidin
New Update
ছিপাঝাৰত ৰাজপথ অৱৰোধ ৰাইজৰ

  • ছিপাঝাৰৰ ৰাজপথত উত্তপ্ত পৰিস্থিতি ।

  • পথ দুৰ্ঘটনাক কেন্দ্র কৰি পথ অৱৰোধ ৰাইজৰ ।

  • ১৫ নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি প্রতিবাদ ।

  • বাছৰ খুন্দাত এজন যুৱকৰ মৃত্যুৰ পিছতে উত্তপ্ত পৰিস্থিতি ।

  • টিকেন্দ্রজিৎ বৰুৱা নামৰ যুৱকজনৰ মৃত্যু হৈছিল বাছৰ খুন্দাত ।

  • আৰক্ষী উপস্থিত হৈ নিয়ন্ত্রণ কৰে পৰিস্থিতি ।

assam sipajhar road accident