অসম মুখ্য-পৃষ্ঠা তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ইশ্বৰৰ… তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ইশ্বৰৰ… asomiyapratidin 05 May 2022 08:12 IST Follow UsNew Updateচতিয়াৰ ১৫ নম্বৰ ঘাইপথত পথ দুৰ্ঘটনা।মালবাহী ট্রাকে মহটিয়ালে মটৰচাইকেল আৰোহীক।দুৰ্ঘটনাত ইশ্বৰ হাজৰিকা নামৰ যুৱকজন নিহত।চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও মৃত্যুক আকোৱালী লয় ইশ্বৰে।বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা। assam road accident deadআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক