/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/road-acc.png)
ডিজিটেল সংবাদ: চিৰাজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে দুই বাইক আৰোহীক।
দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী সুনিল খোদাল(১৮) আৰু সুন্দৰ মাঝি (২০)। জানিব পৰা মতে ঢেকিয়াজুলিৰ নাৰায়ণপুৰৰ নিজ ঘৰৰ পৰা মটৰ চাইকেলৰে মাজবাটলৈ গৈ আছিল দুই বাইক আৰোহী।
দুৰ্ঘটনা সংঘটিত হোৱা বাইক খনৰ নম্বৰ AS 25D 8660। দুৰ্ঘটনা সংঘটিত কৰা তীব্ৰবেগী ডাম্পাৰ খন পলাই যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us