/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1db7a489-f2e1-477a-91e2-5b378e61b112/accident.jpg)
নুমলীগড়ৰত পথ দুৰ্ঘটনা : এজনৰ মৃত্যু
-
নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা।
-
অচিনাক্ত বাহনৰ খুন্দাত এজনৰ মৃত্যু ।
-
মৃত লোকজন নুমলীগড় চাহ বাগিচাৰ মিথুন তাঁতী বুলি জানিব পৰা গৈছে।
-
চাইকেলেৰে পথ অতিক্ৰম কৰোঁতেই অচিনাক্ত বাহনে খুন্দিয়াই লোকজনক।
Also Read: 'ভাৰত ৰত্ন' লালকৃষ্ণ আদৱানি