/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
আৰক্ষীয়ে খেদি অনা বালি ভৰ্তি ট্ৰাকৰ খুন্দাত এজনৰ মৃত্যু...
গৌৰীপুৰ মাটিয়াবগত ভয়ংকৰ পথ দুৰ্ঘটনা।
পথৰ কাষত ৰৈ থকা এজনক মহটিয়াই নিয়ে বালিভৰ্তি ট্রাকে।
আলমগঞ্জৰ পৰা গৌৰীপুৰ অভিমুখী আহি আছিল দ্রুতবেগী ট্রাকখন।
যান-বাহন আৰক্ষীয়ে ট্রাকখন খেদি খেদি আনি থকা অৱস্থাতে এই দুৰ্ঘটনা।
নিহত লোকজন মাটিয়াবগৰ আবাবিল হুছেইন বুলি চিনাক্ত।
Also Read: RIDF 26ৰ অধীনত ৰিফিজাৰেটৰ সংলগ্ন তিনিচকীয়া বাহণ বিতৰণ