New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
dangor khabar
শোণিতপুৰত পুনৰ সংঘটিত হৈছে এক পথ দুৰ্ঘটনা।
জিলাখনৰ খেলমাটিত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে এজন লোক।
নিহত লোকজনৰ নাম সুকুমাৰ বৈশ্য।
এখন বাছৰ খুন্দাত নিহত হয় সুকুমাৰ বৈশ্য।
দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ এ এছ ১২ বি চি ৩৪৯৩।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us