ওদালগুৰিৰ আটাৰিখাটত দুৰ্ঘটনা

ওদালগুৰিৰ আটাৰিখাটত দুৰ্ঘটনা
  • ওদালগুৰি আটাৰিখাটত দুৰ্ঘটনা ।

  • অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন লোক ।

  • ওদালগুৰি তামুলপুৰ পথ সংঘটিত এই দুৰ্ঘটনা ।

  • দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনসহ চালকজনৰ ।

  • বৰ্তমানলৈ চিনাক্ত হোৱা নাই নিহতৰ পৰিচয় ।

  • ঘটনাস্থলীত উপস্থিত ডিমাকুছি আৰক্ষী ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in