New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c659cdb5-85de-4155-bbe4-227039292e53/download.jpg)
ওদালগুৰি আটাৰিখাটত দুৰ্ঘটনা ।
অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন লোক ।
ওদালগুৰি তামুলপুৰ পথ সংঘটিত এই দুৰ্ঘটনা ।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনসহ চালকজনৰ ।
বৰ্তমানলৈ চিনাক্ত হোৱা নাই নিহতৰ পৰিচয় ।
ঘটনাস্থলীত উপস্থিত ডিমাকুছি আৰক্ষী ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us