/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7bad4fca-9888-481b-b80c-e1c8a0eb2e17/8.jpg)
-
তেজপুৰত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ।
-
তেজপুৰৰ ডিপোটাত অচিনাক্ত বাহনে মহতিয়াই নিয়ে এখন অটোৰিক্সাক ৷
-
ঘটনাস্থলীতে মৃত্যু হয় মানৱ নাথ আৰু সুমন নাথ নামৰ দুই যুৱকৰ ৷
-
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কমল নাথ আৰু ৰমেন নাথ নামৰ যুৱক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
-
নিহত-আহত চাৰিওজনৰ ঘৰ তেজপুৰৰ নিজ-বিহগুৰিত ৷
-
বিয়াখাই পুৱতি নিশা ঘৰলৈ উভটি যাওঁতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।
Also Read: গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্য...