New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/57a6e2f2-c50f-4eee-af2e-dc4aba0adb03/111.jpg)
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কানহাৰাত পথ দুৰ্ঘটনা
বাইক আৰু মাৰুতিৰ মুখামুখি সংঘৰ্ষ
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোক
আহত গৰৈমাৰীৰ বৰাখাট গাঁৱৰ কেৰামত আলী
আহতজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ
Also Read: মমতাময়ী, কৰুণাময়ী, সহনশীল, ধৈৰ্য্যশীল, ত্যাগৰ প্ৰতীক বুলি কোৱা হয় এগৰাকী নাৰীক...