New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/agrani-batory.jpg)
শিলচৰ-মণিপুৰ ৰাষ্ট্রীয় ঘাইপথৰ বাদ্রীপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
অটোৰ খুন্দাত থিতাতে নিহত এগৰাকী অৱসৰপ্রাপ্ত শিক্ষয়িত্রীৰ।
নিহত বয়োজ্যেষ্ঠ মহিলাগৰাকীৰ নাম লক্ষী কৈৰী।
দুৰ্ঘটনাক কেন্দ্র কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি।
উত্তেজিত ৰাইজৰ শিলচৰ-মণিপুৰ ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ।
Also Read: APSCৰ গোচৰত অভিযুক্ত এ চি এচ বিষয়া ৰাকেশ দাসক গ্ৰেপ্তাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us