ডাম্পাৰ আৰু বলেৰ’ৰ মুখামুখি সংঘৰ্ষঃ নিহত এজন

accident
accident
  • শদিয়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ।

  • ডাম্পাৰ আৰু বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো ।

  • দুৰ্ঘটনাটোত থিতাতে নিহত হয় এটি কিশোৰ ।

  • মৃত কিশোৰজনৰ নাম অংশুমান চিৰিং ।

  • দুৰ্ঘটানাটোত গুৰুতৰভাৱে আহত হয় মনোজ চিৰিং নামৰ আন এজন ব্যক্তি ।

  • মনোজ চিৰিঙৰ পুত্র আছিল নিহত অংশুমান চিৰিং ।

  • আহত লোকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্রেৰণ কৰা হয়।

  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন হোৱা ডাম্পাৰখনৰ এইপৰ্যন্ত সম্ভেদ পোৱা নাই ।

accident
সফল সাংসদ নৱ কুমাৰ শৰণীয়া!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in