New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/acf431ee-7b7c-4fb5-ae85-6c616f887fbc/111.jpg)
যোৱা নিশা মথুৰাপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷
চাৰিচকীয়া বাহনৰ খুন্দাত নিহত এজন যুৱক ৷
নিহত নৱদ্বীপ গোঁহাই(৩৬) নামৰ এজন যুৱক।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে চাৰিচকীয়া বাহনখনে ৷
যুৱকজনৰ মৃত্যুই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত ৷