খাৱৈৰ পানীত ডুবিল ক্ৰেটা বাহন, থিতাতে নিহত দুজন

লখিমপুৰৰ লালুকত ভয়ংকৰ পথ দুৰ্ঘটনা
dangor kotha
dangor kotha
  • লখিমপুৰৰ লালুকত ভয়ংকৰ পথ দুৰ্ঘটনা

  • নিয়ন্ত্রণ হেৰুৱাই খাৱৈত সোমাল ক্ৰেতা বাহন

  • থিতাতে নিহত দুজন

  • নিহত লোক দুজন আনাৰুল ইছলাম আৰু নুৰ মহম্মদ

  • দুৰ্ঘটনাত আহত আন ৩ জন লোক

  • লালুকৰ পৰা তেজপুৰ অভিমুখী আছিল বাহনখন

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in