
কলিয়াবৰৰ ৰাঙলুত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
ট্রাকৰ সৈতে মুখামুখি সংঘৰ্ষ নৈশ বাছৰ
নিয়ন্ত্রণ হেৰুৱাই দ খাৱৈত সোমাল নৈশ বাছখন
দুৰ্ঘটনাত থিতাতে নিহত বাছখনৰ এজন যাত্রী
নিহত লোকজন দেৰগাঁৱৰ ভকতগাঁৱৰ জিণ্টু বৰা
গুৱাহাটীৰ পৰা জাগুন অভিমুখী আছিল বাছখন
দুৰ্ঘটনাত বাছখনৰ কেইবাজনো যাত্রী আহত
আহতসকলক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি