New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা
টাটা হেৰিয়াৰ আৰু স্কৰপিঅ’ৰ মুখামুখি সংঘৰ্ষ
দুৰ্ঘটনাৰ পিছতে খাৱৈত বাগৰিল স্কৰপিঅ’ বাহনখন
দুৰ্ঘটনা গুৰুতৰভাৱে আহত ১০জন লোক
ইয়াৰে চাৰিজনৰ অৱস্থা সংকটজনক
ৰাষ্ট্রীয় ঘাইপথত কোনো সাংকেতিক চিহ্ন নথকাৰ বাবেই দুৰ্ঘটনাৰ সন্দেহ।
Also Read: নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত ১জন