New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1.jpg)
চকীঘাট দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী...
তেজপুৰ-জামুগুৰীৰ সংযোগী চকীঘাট দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা।
দুই বাইক আৰোহীক খুন্দা এখন তীব্রবেগী ট্রাকৰ।
থিতাতে নিহত দুই বাইক আৰোহী।
নিহত দুই বাইক আৰোহী এই পৰ্যন্ত চিনাক্ত হোৱা নাই।
দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ এ এছ ১২ এ কে ০৬৮৬।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us