গোলাঘাটৰ ৰঙাজানত পথ দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
গোলাঘাটৰ ৰঙাজানত পথ দুৰ্ঘটনা

  • গোলাঘাটৰ ৰঙাজানত পথ দুৰ্ঘটনা ।

  • অভাৰটেক কৰিবলৈ লওতে সংঘটিত এই দুৰ্ঘটনা ।

  • নিয়ন্ত্রণ হেৰুৱাই পথত বাগৰি পৰিল স্কুটী ।

  • দুৰ্ঘটনাত নিহত স্কুটী আৰোহীজন ।

  • দুৰ্ঘটনাত নিহত দেৱজিৎ বৰা নামৰ স্কুটী আৰোহী জন ।

assam road accident golaghat