New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
নিশা চিৰাঙৰ বিৰহাংগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা
দুৰ্ঘটনাত নিহত এজন লোক
নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ পানীজুৱঁলীত বাগৰি পৰে এল্টো বাহন
বাহনখনৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু যুৱকজনৰ
জানিব পৰা মতে মৃতদেহটো সুদেম নাৰ্জাৰী নামৰ ব্যক্তিজনৰ
Also Read: এছিয়ান গেমছ ২০২৩ : ভাৰতীয় ক্ৰিকেট দল ঘোষণা,অসমৰ উমা ছেত্ৰীৰ স্থান লাভ