/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7040aa23-fdeb-4843-8d29-653059368e7c/227.jpg)
চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
চতিয়াৰ কছাৰি গাঁৱৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা
পথৰ দাঁতিত ৰখাই থোৱা আই ২০ বাহনক এখন ৱেগ’নাৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো
দুৰ্ঘটনাত আহত ৱেগনাৰ গাড়ীখনত অহা স্বামী-স্ত্ৰীসহ দুজন লোক
সংকটজনক অৱস্থাত দুয়োকে বিশ্বনাথৰ চিকিৎসালয়ত ভৰ্তি
চতিয়া আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখন লৈ গৈছে ৷
Also Read: বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আন্তর্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদ্যাপন