বোকাখাতত দুৰ্ঘটনাঃ থিতাতে নিহত দুই যুৱক

দুৰ্ঘটনা সংঘটিত বাইকখনৰ নম্বৰ AS 05 S 8851

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

ডিজিটেল সংবাদ,বোকাখাতঃ ব'হাগৰ প্ৰথম দিনটোতেই বোকাখাতত পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত প্ৰাণ গ'ল দুজন যুৱকৰ।

Advertisment

জানিবলৈ পৰা মতে, বোকাখাতৰ গড়মুৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগেৰে বাইক ষ্টান্ত কৰিবলৈ গৈ পথৰ কাষৰ খুটাত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। ঘটনাস্থলীতে মৃত্যু হয় চালক আৰু আৰোহীৰ।

দুৰ্ঘটনা সংঘটিত বাইকখনৰ নম্বৰ AS 05 S 8851। নিহত যুৱক দুজন বোকাখাত চাহ বাগিচাৰ বুলি জানিব পৰা গৈছে।

Also Read: বৰমাৰ মহিলা নিৰুদ্দেশ

Assam police