New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/accident-3.jpg)
- মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ পথ দুৰ্ঘটনা।
- পথ দুৰ্ঘটনাত মৃত্যু এজন লোকৰ।
- ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকে মহটিয়ালে এজনক।
- মৃত ব্যক্তিজনৰ নাম নাৰায়ণ শৰ্মা।
- দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ MZ 01 T 9848 ।
- ট্ৰাকখন জব্দ বশিষ্ঠ যান-বাহন আৰক্ষীৰ।
- শুকুৰবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এই ঘটনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us
 Follow Us