/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/accident-3.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ হোলীৰ আনন্দ- উল্লাসৰ মাজতে শুকুৰবাৰে চৰাইদেউ লাকুৱা- পথালিগড় সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
লাকুৱা গড়মূৰ সংযোগী ৰাজগড়ত এটা পেট্ৰল পাম্পৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। শিমলুগুৰি অভিমূখে গৈ থকা এখন মটৰ চাইকেল নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷
এই দুৰ্ঘটনাটোত থিতাতে ৰূপম গগৈ(২০) নামৰএজন যুৱক নিহত হয়। নিহত যুৱকজন লাকুৱা দীঘলীপাচি গাঁৱৰ বুলি জানিব পৰা গৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us