কুৰুৱাবাহীত পথ দুৰ্ঘটনা: এজনৰ অৱস্থা সংকটজনক

AS 03K 3659 নম্বৰৰ মটৰ চাইকেল আৰু AS05C 2637নম্বৰৰ মালবাহী টাটা এচিৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
 কুৰুৱাবাহীত পথ দুৰ্ঘটনা: এজনৰ অৱস্থা  সংকটজনক
  • বোকাখাতৰ কুৰুৱাবাহীৰ এটি গ্ৰাম্য পথত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • AS 03K 3659 নম্বৰৰ মটৰ চাইকেল আৰু AS05C 2637নম্বৰৰ মালবাহী টাটা এচিৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

  • ঘটনাত আহত মটৰ চাইকেল আৰোহী বিশ্বজিৎ পেগু (২২)।

  • আহত যুৱকজনক সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

  • আহত যুৱকজনৰ ঘৰ নিকৰিঘাটত বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in