New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহুৰ্তৰ খবৰ
দক্ষিণ কামৰূপৰ বিজয়নগৰত পথ দুৰ্ঘটনা
এখন টেংকাৰে মহটিয়াই নিলে এগৰাকী মহিলাক
সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি মহিলাগৰাকীক
চিকিৎসাধীন অৱস্থাত মৃত্যু হিৰামণি কলিতা নামৰ মহিলাগৰাকীৰ।
আৰু পঢ়কঃপুৰণি পেঞ্চন নীতি পুনৰ প্ৰবৰ্তনৰ দাবীত এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্ম বিৰতি...