New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
দক্ষিণ কামৰূপৰ সোণতলিৰ ৰৌমাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্রবেগী বাইকৰ খুন্দাত আহত হৈছে ৩ জন লোক।
আহতসকলৰ ভিতৰত আছে ৰাজিবুল ইছলাম, আকতাৰ হুছেইন আৰু নবীৰ হুছেইন নামৰ ব্যক্তি তিনিজন।
সংকটজনক অৱস্থাত ৰাজিবুল ইছলামক জি এম চি এইছলৈ প্রেৰণ।
দুৰ্ঘটনাগ্রস্ত বাইকখন সোণতলি আৰক্ষীৰ জিম্মাত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us