New Update
/asomiyapratidin/media/media_files/2025/03/21/05wIIhR0rcHsYIl4koak.jpg)
শোকাৱহ পথ দুৰ্ঘটনা
- পৰ্বতঝোৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা
- তীব্ৰবেগী ড্রাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন শিশু
- নিহত শিশুটিৰ বয়স ১০ বছৰ
- দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পৰা পলায়ন ডাম্পাৰখনৰ
- ঘটনাক কেন্দ্ৰ কৰি দীৰ্ঘ সময়লৈ যান বাহন চলাচল ব্যাহত হৈ পৰে
- বগৰিবাৰী থানাৰ অন্তৰ্গত আংগাৰকাটাত এই দুৰ্ঘটনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us