নাজিৰাত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

নাজিৰাত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

author-image
Asomiya Pratidin
New Update
নাজিৰাত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

  • নাজিৰাৰ ধিতাইপুখুৰীৰ দৰিকা দলঙত অঘটন।

  • দুৰ্ঘটনাত পতিত এখন পালচাৰ বাইক।

  • থিতাতে নিহত চালক যোৰহাট মেলেঙৰ প্রাণজ্যোতি গগৈ।

  • গুৰুতৰভাৱে আহত নৃপেন দাস নামৰ আনজন যুৱক।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ।

  • আহত নৃপেন দাসক চিকিৎসালয়লৈ প্রেৰণ।

road accident