/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
-
সোমবাৰে নিশা জাগীৰোডৰ ৰে’লৱে উৰণ সেতুত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।
-
ইণ্ডিগ’ বাহন আৰু মালবাহী বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
-
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৩জনকৈ লোক।
-
মালবাহী বাহনখনৰ চালক সুৰাসক্ত অৱস্থাত গাড়ী চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।
-
আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে।
-
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।