চৰাইদেউত পথ দুৰ্ঘটনাঃ নিহত এগৰাকী মহিলা

ROAD ACCIDENT
ROAD ACCIDENT
  • চৰাইদেউত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা।

  • তীব্ৰ বেগী বাহনৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয়৷

  • সোণাৰি পৰা শিৱসাগৰ অভিমুখে এ এছ ০৪ এ চি ৬৪৯১ নম্বৰৰ এখন তীব্ৰ বেগী বলেৰ' গাড়ী খুন্দাৰ ফলত মৃত্যু হয় মহিলাগৰাকীৰ৷

  • নিহত মহিলাগৰাকী এঙেৰা হাবিগাৱঁৰ চুচিলা মূড়া বুলি জানিব পৰা গৈছে৷

  • ইফালে দুৰ্ঘটনা সংঘটিত কৰি বলেৰ' বাহনখনৰ চালকজন পলাতক অৱস্থাত আছে৷

ROAD ACCIDENT
তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৰাংজালী বৈশাগু উৎসৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in