
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা
বোকাখাতৰ Y2K ধাবাৰ সমীপত এই দুৰ্ঘটনা
তেল পৰিবাহী টেংকাৰে মহতিয়ালে এজন চাইকেল আৰোহীক
থিতাতে নিহত চাইকেল আৰোহীজন
টেংকাৰৰ খুন্দাত দেহৰ অংগ সিঁচৰিত হৈ পৰিল নিহত লোকজনৰ
এতিয়াও চিনাক্ত হোৱা নাই নিহত ব্যক্তিজন
ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা AS 05 C 1036 নম্বৰৰ তেল ভৰ্তি টেংকাৰখন বোকাখাত যানবাহন আৰক্ষীয়ে জব্দ কৰিছে ।