/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
বৰপেটাৰ হাউলীৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা
নিয়ন্ত্রণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে এখন অল্ট’ বাহন
দুৰ্ঘটনাত নিহত এগৰাকী ক্রিকেট খেলুৱৈ
নিহত খেলুৱৈগৰাকী বেন্নীবাৰী গাঁৱৰ অনুপ দাস
অনুপ দাস ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্র
বৰপেটাৰোডৰ এখন খেলত অংশ লৈ ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনা
অনুপ দাস ABVPৰ হাউলী আঞ্চলিকৰ ক্রীড়া সম্পাদক আছিল
অল্ট’খনত থকা আন এজন যুৱক গুৰুতৰভাৱে আহত।
Also Read: জাৰ্মান চেঞ্চলৰক প্ৰধানমন্ত্ৰী মোডীয়ে তুলি দিলে মেঘালয়, নাগালেণ্ডৰ শ্বল...