/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
বৰযাত্ৰীৰ বাহনত ডাম্পাৰৰ খুন্দা...
-
গণৰাজ্য দিৱস, সৰস্বতী পূজাৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনা।
-
আমিনগাঁও লাচিতপুৰত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
-
এখন ডাম্পাৰে খুন্দা মাৰিলে বৰযাত্রীৰ বাহনত।
-
কথমপি প্রাণৰক্ষা দৰাসহ কেইবাজনো বৰযাত্রীৰ।
-
ডামাপৰৰ খুন্দাত বৰযাত্ৰীৰ বাহনখনৰ বিস্তৰ ক্ষতি।
-
ফটাশিল আমবাৰীৰ পৰা হাজো অভিমুখী আছিল বাহনখন।