New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত... road accident
দুধনৈৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
ঘাইপথত দুখন বাইকৰ মুখামুখি সংঘৰ্ষ।
দুয়োখন বাইক বাগৰি পৰে ৰাজপথত।
দুৰ্ঘটনাটোত তিনিজন বাইক আৰোহী আহত।
বলোৰাম ভূমিক নামৰ আহতজনৰ অৱস্থা সংকটজনক।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।