কংগ্ৰেছৰ আত্মসন্তুষ্টি! ২০১৪ চনৰ তুলনাত কংগ্ৰেছৰ ৭% ভোট বৃদ্ধি পাইছেঃ ৰিপুণ বৰা

কংগ্ৰেছৰ আত্মসন্তুষ্টি! ২০১৪ চনৰ তুলনাত কংগ্ৰেছৰ ৭% ভোট বৃদ্ধি পাইছেঃ ৰিপুণ বৰা

author-image
asomiyapratidin
New Update
মই সভাপতিৰ পদ এৰি দিম, যদিহেঃ  ৰিপুণ বৰা…

ফাইল ফটো

  • সদ্য ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে ৰাজীৱ ভৱনত শুকুৰবাৰে সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।
  • সংবাদমেলত কংগ্ৰেছৰ পৰাজয়ৰ কথা প্ৰকাশ ৰিপুণ বৰাৰ।
  • 'গণতন্ত্ৰত ৰাইজেই সকলো। অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয় মানি লৈছো।'
  • সুদীৰ্ঘ ২০ বছৰৰ পিছত নগাঁও লোকসভা সমষ্টি কংগ্ৰেছে ঘূৰাই পাইছো বুলি উল্লেখ কৰি তেওঁ কয়, 'দেশজুৰি কংগ্ৰেছৰ চৰম বিপৰ্যয় হৈছে কিন্তু স্থিতাৱস্থা বাহাল থকাৰ বাবে দলীয় কৰ্মীক অভিনন্দন।'
  • ২০১৪চনৰ লোকসভা নিৰ্বাচনৰ তুলনাত কংগ্ৰেছৰ ৭% ভোট বৃদ্ধি পাইছে বুলি মন্তব্য।
  • ২০১৯ত দিল্লী আৰু দিছপুৰ ক'তো কংগ্ৰেছৰ চৰকাৰ নাই যদিও কংগ্ৰেছে ৩খন আসনেই পালে বুলি মন্তব্য নেতাজনৰ।
  • 'বিজেপিৰ লগত কংগ্ৰেছৰ আদৰ্শগত পাৰ্থক্য আছে।'