/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/RIMA.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৰাজ্যৰ ছবিঘৰত মুক্তি পাব ৰীমা দাসৰ ছবি 'বুলবুল কেন ছিং'। মুক্তিব পূৰ্বে ছবিখনৰ বৃহস্পতি বাৰে আয়োজন কৰা হৈছে প্ৰিমিয়াৰ শ্ব'। ইতিমধ্যে ৰজত কমল বটাঁ লাভ কৰা ছবিখনক লৈ যথেষ্ট আশাবাদী পৰিচালক ৰীমা দাস। ছবিখনক লৈ ৰীমা দাসে বৃহস্পতিবাৰে আয়োজন কৰে এখন সংবাদমেল। সংবাদমেলত তেও কয় বুলবুল কেন ছিং ছবিখনত আৱেগতকৈ সমাজ মূল্যবোধর ওপৰত গুৰুতেব প্ৰদান কৰি ছবিখন নিৰ্মাণ কৰিছো। মই আশা কৰো, ৰাজ্যবাসীয়ে মোক সহাঁৰ জনাব।
ৰীমা দাসৰ ফেচবুক প্ৰফাইলৰ পৰা সংবাদ মেল লাইভঃ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us