New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-08-at-5.17.05-PM.jpeg)
- সৰুপথাৰ উৰিয়ামঘাটৰ পৰা আটক হোৱা চোৰাং চিকাৰী আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন।
- সোমবাৰে ৰেংমাইপুৰ উৰিয়ামঘাটৰ পৰা আটক কৰিছিল চিকাৰীটোক।
- চোৰাং চিকাৰীটোৰ নাম উত্তম খাখলাৰী।
- ২০২২ বৰ্ষৰ প্রথমটো গঁড় হত্যাৰ সৈতে জড়িত আছিল চোৰাং চিকাৰীটো।
- ঘটনাৰ স্থান দেখুৱাবলৈ লৈ যোৱা অৱস্থাত পলায়ন চিকাৰীটোৰ।
- এজন কনিষ্টবলক গতিয়াই নদীত জাপ দিয়ে চোৰাং চিকাৰীটোৱে।
- বৰ্তমানো সন্ধান উলিয়াব পৰা নাই চোৰাং চিকাৰীটোৰ।