/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/aa838551-b41a-4aff-9580-9076643aa141/rhino.jpg)
প্ৰতীকি ফটো
-
কাজিৰঙাত গঁড়ৰ খুন্দাত আহত দুই বাইক আৰোহী।
-
কঁহৰা বনাঞ্চলৰ হালধিবাৰীত এই ঘটনা।
-
ঘটনাত আহত পিতা-পুত্র।
-
বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত এই ঘটনা।
-
তেজপুৰৰ পৰা যোৰহাট অভিমুখে আহি আছিল বাইক আৰোহীদ্বয়।
-
আক্রমণত গুৰুতৰভাৱে আহত জ্ঞানম মহন্ত নামৰ যুৱকজন।
-
আহতদ্বয়ক যোৰহাট চিকিৎসালয়লৈ প্রেৰণ।