গাঞ্জা সৰবৰাহত জড়িতৰ অভিযোগত ৭ আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ…

গাঞ্জা সৰবৰাহত জড়িতৰ অভিযোগত ৭ আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ…

author-image
asomiyapratidin
New Update
চেলফিয়েই হ’ল কাল ! নৰনায়াণসেতুত দুৰ্ঘটনা, ৫ জনৰ অৱস্থা গুৰুতৰ…

ডিজিটেল ডেস্ক: কামাখ্যাৰ GRPৰ ৭ জন আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ। গাঞ্জা সৰবৰাহত জড়িত থকাৰ অভিযোগত ৰিজাৰ্ভ ক্ল'জ কৰা হয় আৰক্ষী কেইগৰাকীক।

Advertisment

গাঞ্জা বিক্রী কৰিবলৈ যাঁওতে আটক হৈছিল এজন জোৱান। পূৰ্ণ দাস নামৰ এজন GRPৰ জোৱানক কৰিছিল আটক। ২ জুলাইত কামাখ্যাত এখন ৰে'লৰ পৰা জব্দ কৰিছিল গাঞ্জাখিনি।

২ জুলাইত কৰ্তব্যৰত ৭জন আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰিজাৰ্ভ ক্ল'জ ক্রমে-বলেন বৰ্মন, অমল কলিতা, প্রণৱ বসুমতাৰীক সত্য দাস, শৈলেন কাকতি, কুলদ্বীপ ডেকা আৰু ইছমাইল আলীক।

আৰু পঢ়ক: অৰুণাচলত জীৱন্তে উদ্ধাৰ হোৱা ৪ শ্ৰমিকৰ ২ জন কোকৰাঝাৰৰ বুলি সন্দেহ…

assam weed reserve clause Assam police